Assamese Word Meaning in English
- Postpone meaning in assamese- স্থগিত ৰাখা বা আন এদিনলৈ ।
2. Mountain meaning in assamese- পাহাৰ ।
3. I oppose Cab meaning in Assamese- I means মই
CAB or Full From- Citizen amendment Bill ( নাগৰিকত্ব সংশোধনী আইন বা বিধেয়ক )
Oppose or Meaning hol- বাধা জন্মা, নিষেধ, আপত্তি কৰা ।
এতিয়া ইয়াৰ অৰ্থ হল --মই নাগৰিকত্ব সংশোধনী আইন নামানো ।
4. The Portrait of a Lady- Portrait means আৰ্জা,ছবি,চিত্ৰ বা বৰ্ণনা কৰা ।
Lady means ডাঙৰ মানুহৰ তিৰোতা , মহিলা ডাঙৰিয়ানী, মাননীয় মহিলা
এতিয়া ইয়াৰ অৰ্থ হল-- এজনী মহিলাৰ চিত্ৰ ।
0 टिप्पणियाँ:
एक टिप्पणी भेजें